Posted inমুখ্যপৃষ্ঠা

তৃণমূল পৰ্য্যায়ত সজাগতাৰ সৃষ্টিয়ে ক’ভিডত মৃত্যুৰ হাৰ হ্ৰাস কৰিব : সাংসদ তপন কুমাৰ গগৈ

নাজিৰা : নাজিৰাৰ শিমলুগুৰিস্থিত নাট্য মন্দিৰ প্ৰাংগণত নাজিৰা ৰাজহ চক্ৰ পৰ্যায়ৰ ক’ভিড-১৯ ব্যৱস্থাপনা আৰু পৰিস্থিতিৰ সন্দৰ্ভত এখনি পৰ্যালোচনা বৈঠক সম্পন্ন কৰা হয়। সভাত যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ, নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়া, শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰা, নাজিৰা মহকুমাৰ নৱনিযুক্ত মহকুমাধিপতি সব্যসাচী কাশ্যপ, জিলা পৰিষদৰ সভাপতি ধ্ৰুৱ জ্যোতি মাউত, নিৰ্বাচনী বিষয়া সুজাতা গগৈ, মহকুমা […]