শিৱসাগৰ : আৰক্ষীৰে হোৱা এক সংঘৰ্ষত শিৱসাগৰ জিলাৰ গেলেকীত আজি অসম আৰক্ষীৰ গুলীত বুবু কোঁৱৰ নামৰ এজন ‘মষ্ট ৱান্টেড’ অপৰাধীৰ মৃত্যু হয়। নিহত বুবু কোঁৱৰ ৪৫ টা গোচৰত অভিযুক্ত আছিল বুলি জানিব পৰা গৈছে। কোঁৱৰে দেওপানী অঞ্চলত এটা বস্তিত আশ্ৰয় লৈ থকা খবৰ লাভ কৰি গেলেকী আৰু শিৱসাগৰ আৰক্ষীয়ে অভিযান চলায় বুলি শিৱসাগৰৰ আৰক্ষী অধীক্ষক […]