Posted inঅসম

নাজিৰা অ. এন. জি. চি. মুখ্য কাৰ্যালয়ৰ সন্মুখত সদৌ শিৱসাগৰ জিলা ছাত্ৰ-সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

শিৱসাগৰঃ সদৌ অসম ছাত্ৰ-সন্থা শিৱসাগৰ জিলাৰ সমিতিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী । অ. এন. জি. চি. অসম সম্পদৰ নাজিৰাস্থিত মুখ‍্য কাৰ্যালয়ৰ সন্মুখত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই ধৰ্ণা কাৰ্যসূচীৰে পৰিৱেশ উত্তাল কৰি তোলে। অ. এন. জি. চি. অসম সম্পদ অইল ইণ্ডিয়া লিমিটেডৰ সৈতে চামিলকৰণৰ সিদ্ধান্ত বাতিল , জেম পট’ৰ্টেলৰ জৰিয়তে অ. এন. জি.চি নিবিদা সম্পন্ন কৰি […]