Posted inঅসম

শিৱসাগৰৰ ৰাজপথত মহিলাৰ ৰণচণ্ডী ৰূপ

শিৱসাগৰৰ পৰা আমিনুৰ ৰহমানঃ শিৱসাগৰৰ ৰাজপথত হঠাৎ এগৰাকী মহিলাৰ ৰণচণ্ডী ৰূপ। এখন গাড়ীৰ ভিতৰত বহি থকা পুৰুষ-মহিলাক এচাৰি লৈ কোবাইছে মহিলা গৰাকীয়ে। দৰাচলতে গাড়ীৰ ভিতৰত বহি থকা লোকজন মহিলাগৰাকীৰ স্বামী। গাড়ীৰ আনটো ছিটত বহি যোৱা সুন্দৰী যুৱতী গৰাকী হ’ল তেওঁৰ স্বামীৰ প্ৰেমিকা। দুয়োৰে মাজত আছে দীৰ্ঘ দিনীয়া অবৈধ প্ৰেমৰ সম্পৰ্ক। স্বামীৰ অবৈধ প্ৰেমৰ সম্পৰ্কৰ কথা […]