Posted inইষ্ট ম'জ' বিশেষ

ফেচ মাস্কত প্ৰযুক্তি: শীঘ্ৰেই বজাৰলৈ মাইক্ৰফোন আৰু স্পিকাৰ সংযুক্ত স্মাৰ্ট ফেচ মাস্ক

দীপক কুমাৰ দাস : প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে মানৱ জাতি। সেয়ে মানৱৰ লগত জড়িত সা-সামগ্ৰীত প্ৰযুক্তিৰ ব্যৱহাৰ নিতান্তই আৱশ্যক। এনে ক্ষণত ফেচ মাস্কত প্ৰযুক্তি ব্যৱহাৰ নোহোৱাকৈ থকাটো কেনেকৈ সম্ভব।কভিড-১৯য়ে ত্ৰাসিত কৰা বিশ্বত ফেচ মাস্ক সবাতোকৈ চৰ্চিত। কৰোনা মহামাৰীৰ পৰা নিজৰ লগতে আনক সুৰক্ষিত কৰি ৰাখিবলৈ ফেচ মাস্ক ব্যৱহাৰ কৰা হয় । এই ফেচ মাস্ক […]