Posted inNews

OnePlus-এ বৃহস্পতিবাৰে মুকলি কৰিব নতুন স্মাৰ্টফোন OnePlus Nord CE 2 5G

নিউজ ডেস্ক: বৃহস্পতিবাৰে OnePlus-এ ভাৰতত তেওঁলোকৰ নতুন স্মাৰ্টফোন OnePlus Nord CE 2 5G মুকলি কৰিব।  কোম্পানীটোৱে এটা ভাৰ্চুয়েল ইভেণ্টৰ জৰিয়তে উক্ত স্মাৰ্টফোনৰ লগতে দুটা শেহতীয়া স্মাৰ্ট টিভি মুকলি কৰিব। কোম্পানীটোৱে মুকলি কৰিব লগীয়া স্মাৰ্ট টিভি দুটা হৈছে OnePlus Y1S আৰু Y1S Edge। OnePlus Nord CE 2 5Gত কি কি স্পেচিফিকেচন থাকিব- OnePlus-এ জনোৱা মতে OnePlus […]