Posted inদেশ-বিদেশ

মিজোৰামত নতুন প্ৰজাতিৰ সাপ আৱিষ্কাৰ, নাম Stoliczkia Vanhnuailianai

নিউজ ডেস্ক : গৱেষকসকলে মিজোৰামত এক নতুন প্ৰজাতিৰ সাপ উদ্ধাৰ কৰিছে। Stoliczkia Vanhnuailianai নামৰ সাপটোৰ স্থানীয় নাম হৈছে ‘ৰুলফুছিন’ (Rulphusin) অৰ্থাৎ ‘পাতল চেকোৰাৰ সাপ’। সাপটোৰ দৈৰ্ঘ্য হৈছে ৫০ চেণ্টিমিটাৰ। ই এটা বিষহীন সাপ বুলি গৱেষকসকলে জানিবলৈ দিয়ে। মিজোৰামৰ বিখ্যাত যোদ্ধা Vanhnuailianaৰ প্ৰতি শ্ৰদ্ধা জনাই সাপটোৰ নাম Stoliczkia Vanhnuailianai ৰখা হৈছে। ‘লুছাই হিল্ছ ড্ৰেগন স্নেক’ হিচাপেও […]