নিউজ ডেস্কঃ যিমানলৈ চকু যায় কেৱল বৰফ আৰু বৰফ। ইয়াত তাপমাত্ৰা -২০ ডিগ্ৰী চেলচিয়াছ। ইণ্ডো-তিব্বত বৰ্ডাৰ পুলিচ (আইটিবিপি)য়ে এই প্ৰচণ্ড শীতত ১১,০০০ ফুট উচ্চতাত উত্তৰাখণ্ডৰ আউলিত বৰফৰ কোলাত গণতন্ত্ৰ দিৱস উদযাপন কৰা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। প্ৰচণ্ড শীতকো উপেক্ষা কৰি আইটিবিপিৰ জোৱানসকলে গণতন্ত্ৰ দিৱস ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশলৈ শ্ৰদ্ধা আৰু সন্মান জ্ঞাপন […]