Posted inফেক্ট-চেক

ফেক্ট-চেক: সামাজিক মাধ্যম, ফোন কল নিৰীক্ষণৰ বাবে ভাৰত চৰকাৰে নতুন নিয়ম আনিছে?

নিউজ ডেস্ক: ভাৰত চৰকাৰে সামাজিক মাধ্যম আৰু ফোন কল নিৰীক্ষণৰ বাবে কোনো ‘নতুন যোগাযোগ নিয়ম’ গৃহীত কৰা নাই বুলি স্পষ্ট কৰিছে। প্ৰেছ ইনফৰ্মেচন ব্যুৰোৱে তেওঁলোকৰ অফিচিয়েল ফেক্ট চেকিং হেণ্ডেলত (@PIBFactCheck) অলপতে কৰা এটা টুইটত কয় যে এক চৰকাৰে সামাজিক মাধ্যম আৰু নাগৰিকৰ ফোন কল নিৰীক্ষণ কৰিবলৈ এখন নতুন নিয়ম বলৱৎ কৰিব বুলি এটা মিছা বাৰ্তা […]