গুৱাহাটী : মহিলা আৰু কন্যা শিশুৰ বিৰুদ্ধে হিংসাৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে আৰম্ভ কৰা অভিযানৰ অংশৰূপে আন আন ৰাজ্যৰ লগতে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে কামৰূপ মহানগৰ সমাজ কল্যান বিভাগ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত এক সজাগতা সমদল উলিওৱাৰ লগতে এক কৰ্মশালা অনুষ্ঠিত কৰে। বেলতলাস্থিত সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰা […]