Posted inদেশ-বিদেশ

৩০ এপ্ৰিলত হ’ব বছৰৰ প্ৰথমটো সূৰ্য্য গ্ৰহণ

নিউজ ডেস্কঃ অহা ৩০ এপ্ৰিলত হ’ব বছৰৰ প্ৰথমটো সূৰ্য্যগ্ৰহণ। মাজৰাতি ১২ বাজি ১৫ মিনিটৰ পৰা আৰম্ভ হৈ ৰাতিপুৱা ৪বাজি ৮ মিনিটত সমাপ্ত হ’ব এই সূৰ্য্যগ্ৰহণ। ভাৰতত এই গ্ৰহণ পৰিলক্ষিত নহ’ব। দক্ষিণ আমেৰিকাৰ দক্ষিণ-পশ্চিম ভাগ, আটলান্টিক মহাসাগৰ, এন্টাৰ্কটিকা আৰু প্ৰশান্ত মহাসাগৰত পৰিলক্ষিত হ’ব। এই বৰ্ষত হ’ব মুঠ ৪টা গ্ৰহণ। ইয়াৰ ভিতৰত হ’ব ২টা সূৰ্যগ্ৰহণ আৰু ২টা […]