Posted inঅসম

কিদৰে অসমৰ ভিতৰুৱা অঞ্চলত কম খৰচি আৰু সুস্থিৰ সৌৰ শক্তিয়ে বহুজনক জীৱন-দান দিছে

ক’ভিড মহামাৰীৰ দ্বিতীয় ধৌৱে ভাৰতত পৰ্য্যাপ্ত চিকিৎসালয় আৰু জৰুৰী সেৱাৰ আৱশ্যকতাৰ দিশটোক পুনৰ এবাৰ দাঙি ধৰিছে। ইয়াৰ লগত সাঙোৰ খাই থকা আন এক গুৰুত্বপূৰ্ণ দিশ হৈছে সকলোৰে বাবে গুণগত স্বাস্থ্যসেৱাৰ সুবিধা, বিশেষকৈ আন্তঃগাঁথনিৰ অভাৱ থকা গাঁও অঞ্চলসমূহত। ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ সকলোৱে ভেকচিন পোৱাটো সমানেই জৰুৰী, কিন্তু চিকিৎসালয় সমূহলৈ যোগান ধৰা ২৫ শতাংশ ভেকচিন ষ্টোৰে’জ […]