Posted inঅসম

কিদৰে আশ্ৰয় শিবিৰত দিন পাৰ কৰে বানপীড়িত ৰাইজে? বিদ্যুতৰ বিকল্প ব্যৱস্থাৰ সন্ধানত..

প্ৰত্যেক বছৰৰ দৰে এইবাৰো ৰাজ্যত বান পৰিস্থিতিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰা দেখা যায়। ৰাজ্যৰ বিভিন্ন ঠাইত এই পৰ্য্যন্ত ৫ লাখতকৈ অধিক লোক বানৰ কবলত পৰিছে। অসমৰ মানুহ বানপানীৰ সৈতে অভ্যস্ত হৈ পৰিছে যদিও বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে যোৱা কিছু বছৰত অতিপাত বৰষুণ পৰা দিন বৃদ্ধি পাবলৈ ধৰিছে। ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ তথ্য মতে ২০২০ […]