নিউজ ডেস্কঃ লাডাখত ভয়ংকৰ দুৰ্ঘটনা। ঘাইপথৰ পৰা ৫০-৬০ ফুট তলত পৰিল সেনাৰ বাহন। দুৰ্ঘটনাত ৭ জন জোৱানৰ মৃত্যু হৈছে। পুৱা ৯ বজাত লাডাখৰ পাৰ্তাপুৰৰ পৰা সীমান্তত সেনা মোতায়েনৰ বাবে ২৬ জন জোৱান কঢ়িয়াই লৈ গৈছিল বাহনখনে। সেনা কঢ়িয়াই অনা বাহনখন পুৱা ন বজাত থোইছ (Thoisa) পোৱাৰ ২৫ কিলোমিটাৰ পূৰ্বে দুৰ্ঘটনাত পতিত হয়। ৰাস্তাৰ পৰা ছিটিকি […]