Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

অভিনেতা দিলজিৎ দোচাঞ্জক কিয় পিটিলে শ্বেহনাজ গিলে?Video Viral

নিউজ ডেস্কঃ অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৰ পিছৰে পৰা তেওঁৰ প্ৰেয়সী শ্বেহনাজ গিল বহুত ভাঙি পৰিছিল। বৰ্তমান অভিনেত্ৰী গৰাকীয়ে নিজকে পৰিস্থিতিৰ লগত স্বাভাৱিক কৰি তুলিবলৈ অশেষ চেষ্টা কৰি আছে। শেহতীয়া খবৰ অনুসৰি, অতি সোনকালেই তেওঁ অভিনয় জগতলৈ ঘূৰি আহিব। এই সময়তে তাৰকা দিলজিৎ দোচাঞ্জে তেওঁৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। সেই ভিডিঅ’টো বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল […]