Posted inঅসম

সোণাৰিৰ ব্যতিক্ৰমী চৰকাৰী প্ৰাথমিক বিদ্যালয় আদৰ্শ হ’ব পাৰে ৰাজ্যৰ

সোণাৰি: ৰাজ্যৰ চাৰিওফালে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আধিপত্যৰ বিপৰীতে সোণাৰিৰ এখন চৰকাৰী বিদ্যালয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। চৰকাৰী বিদ্যালয়ৰ মান নিম্নগামী হোৱাৰ বাতৰিয়ে সচেতন মহলক আশাহত কৰাৰ সময়তে ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ লগত সমানে ফেৰ মাৰিব পৰাকৈ গঢ়ি তোলা হৈছে এইখন চৰকাৰী  বিদ্যালয় । ৰাজ্যৰ প্ৰথমগৰাকী মহিলা আইজিপি ভায়োলেট বৰুৱা তথা বৰ্তমানৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ভাতৃ […]