গুৱাহাটী : জৰ্জ বৰদলৈৰ আত্মহত্যাৰ তদন্ত আৰম্ভ। ডনবস্ক’ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক আটক কৰিছে আৰক্ষীয়ে।ডনবস্ক’ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ষ্টিফেন মেভলিকক আটক কৰিছে সোণাপুৰ আৰক্ষীয়ে। সোণাপুৰৰ Georgie’s Retreat Eco Campৰ মালিক, বিশিষ্ট ব্যৱসায়ী, সমাজকৰ্মী তথা ডিমৰীয়াৰ এগৰাকী সৰবৰহী ব্যক্তি জৰ্জ বৰদলৈয়ে সোমবাৰে আত্মহননৰ পথ বাচি লোৱা ঘটনাই অঞ্চটোত শোকৰ ছাঁ পেলাইছিল। সোণাপুৰৰ হাতীমুৰাত থকা নিজা বাসগৃহত চিপ লৈ আত্মহত্যা […]