Posted inঅসম

সোণাৰি নগৰত টাইপা চৰাইদেউ জিলা সমিতিৰ চেনিটাইজেচন কাৰ্যসূচী

সোণাৰি: ৰাজ্যত অব্যাহত থকা ক’ৰণা মহামাৰীৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ইয়াক নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ লক্ষ্যৰে আজি সোণাৰি নগৰত চেনিটাইজেচন কাৰ্যসূচী গ্ৰহণ কৰা হয়। টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত গ্ৰহণ কৰা হয় এই কাৰ্যসূচী। সমগ্ৰ সোণাৰি নগৰত চেনিটাইজ কৰি বীজানু নাশৰ এক পদক্ষেপ গ্ৰহণ কৰে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ চৰাইদেউ […]