Posted inঅসম

সোণাৰি থানাত সতীৰ্থক গুলীয়াই হত্যা আৰক্ষী কনিষ্টবলৰ

চৰাইদেউ: চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাত সতীৰ্থ আৰক্ষীৰ গুলীত এজন আৰক্ষী কনিষ্টবলে প্ৰাণ হেৰুৱাব লগা হয়। প্ৰাপ্ত তথ্য মতে, আজি পুৱা সোণাৰি আৰক্ষী থানাৰ দুজন কনিষ্টবলৰ মাজত কিবা কথাকলৈ তৰ্কাতৰ্কি লাগে আৰু খঙৰ ভমকত দীপক কাকতি নামৰ কনিষ্টবলজনে নিজৰ চাৰ্ভিছ ৰাইফলেৰে গকুল বসুমতাৰী নামৰ আৰক্ষী জোৱানজনৰ ওপৰত চাৰি জাঁই গুলীচালানা কৰে। […]