Posted inঅসম

চৰাইদেউৰ ২নং কঠিয়াখুন্দাত বিজুলী মহোৎসৱ উদযাপন

সোণাৰিঃ ভাৰতৰ স্বাধীনতা লাভ কৰা ৭৫ বছৰৰ লগত সংগতি ৰাখি দেশজুৰি আয়োজন কৰা ‘আজাদী কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে ভাৰত চৰকাৰৰ বিদ্যুৎ মন্ত্ৰালয়ৰ উদ্যোগত আৰু অসম চৰকাৰৰ বিদ্যুৎ বিভাগ আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত যোৱা ৩০ জুলাইত জিলাখনৰ ২ নং কঠিয়াখুন্দাৰ সোণালীপুৰ গাঁও স্থিত ধৰ্মেশ্বৰ বায়ন সোঁৱৰণী নাটমঞ্চত কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী আঁচনি “উজ্জ্বল ভাৰত উজ্জ্বল […]