Posted inদেশ-বিদেশ

দিল্লীৰ গংগাৰাম হস্পিতালত ভৰ্তি কৰোৱা হৈছে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীক

নিউজ ডেস্কঃ কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীক দিল্লীৰ গংগাৰাম হস্পিতালত ভৰ্তি কৰোৱা হৈছে। কোভিড জনিত সমস্যাৰ বাবে দেওবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ছোনিয়া গান্ধীক। তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ যদিও চিকিৎসালয়ত পৰ্যবেক্ষণত ৰখা হৈছে বুলি এক টুইট যোগে দলৰ মুখপাত্ৰ ৰণদ্বীপ সূৰ্যেৱালাই সদৰী কৰিছে। কিছুদিনৰ পৰা ছোনিয়া গান্ধী জ্বৰত আক্ৰান্ত হৈ আছিল। ২জুনত ছোনিয়া গান্ধীৰ দেহত কৰোনা […]