নিউজ ডেস্ক: যোৱা ১২ মে’ তাৰিখে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনীত মনোজ কলিতা নামৰ এজন সংবাদকৰ্মীক চাৰিদুৱাৰ আৰক্ষী চকীৰ উপ-পৰিদৰ্শক নিপন শইকীয়াই অনুষ্ঠানৰ মাজতে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে পূৱৰ বৰ্ষ সমুহৰ দৰে এই বৰ্ষতো কমিটিৰ আমন্ত্ৰণ মৰ্মেই মনোজ কলিতাই বিয়লি ৬ বজাৰ পৰা অনুষ্ঠানটোত ভিডিঅগ্ৰাফী কামত নিয়োজিত হয় । […]