Posted inNews

অসম-অৰুণাচলৰ সীমা বিষয়ক আঞ্চলিক সমিতিৰ বৈঠকত মন্ত্ৰী পীযুষ হাজৰীকা

তেজপুৰ : অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি শোণিতপুৰ জিলাৰ বালিপাৰাত অসম-অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা আঞ্চলিক সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰে। অসম দলক নেতৃত্ব দিয়া মন্ত্ৰী পীযুষ হাজৰীকাই অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰিৱেশ, বন, জলসম্পদ, ক্ৰীড়া আদি বিভাগৰ মন্ত্ৰী মামা নাটুঙৰ নেতৃত্বত অহা দলটিৰ সৈতে বৈঠকত অংশ […]