শোণিতপুৰৰ বালিপৰাৰ মিটচাপ্লাইত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। নিশা প্ৰায় ১ মান বজাত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে এখন ছুইফ্ট ডিজায়াৰ বাহন। জানিব পৰা মতে, বাহনখন বালিপৰাৰ পৰা তেজপুৰ অভিমুখে গৈ থকাৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। AS 12 R 2115 নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ […]
Tag: sonitpur
Posted inঅসম