বকোঃ বকোৰ সোণতলিত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ভূমিকেন্দ্ৰিক সংঘাতে লৈছে ভয়াৱহ ৰূপ। ৬টাকৈ ঘৰ, মটৰ চাইকেল জ্বলাইছে একাংশ উত্তেজিত লোকে। জানিব পৰা মতে, কোৰপান আলী, হেলাছ আলী, ফটিক আলী,ফজৰ আলী,আৰু তাহেজ আলীৰ ঘৰ জ্বলাই দিছে উত্তেজিত ৰাইজে। দৰাচলতে, আজি দিনৰ ভাগত ভূমিকেন্দ্ৰিক সংঘাতত সৃষ্টি হয়। ভূমি কেন্দ্ৰিক সংঘাতত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত […]