সোমবাৰে নিশা মুম্বাইৰ চেম্বুৰ অঞ্চলত সংঘটিত হয় এক অমানৱীয় ঘটনা। মুম্বাইৰ চেম্বুৰ অঞ্চলত এক অনুষ্ঠানত বলিউদৰ বিখ্যাত গায়ক চনু নিগমে অংশগ্ৰহণ কৰিছিল। এই অনুষ্ঠান আছিল চেম্বুৰ সমাৰোহৰ অন্তিম দিনৰ অনুষ্ঠান । জানিব পৰা মতে, গায়ক গৰাকীয়ে মঞ্চত গীত পৰিৱেশন কৰি নামি অহাৰ সময়তেই এগৰাকী অনুৰাগীয়ে তেওঁৰ সৈতে চেল্ফী ল’বলৈ অনুৰোধ কৰে। তেতিয়া চনু নিগমে এই অনুৰোধ […]