Posted inNews

২০২২ত ১০,১১৭ গৰাকীক সহায়ৰ হাত Messiah of Migrantsৰ

মানুহক সহায় কৰি ভাল পোৱা অভিনেতা চনু সুদে ২০২২ বৰ্ষত মুঠ ১০,১১৭ গৰাকী লোকৰ জীৱন ৰক্ষা কৰে। এই কথা নিজেই ফেচবুক যোগে চনু সুদে নৱবৰ্ষৰ শুভেচ্ছা জনাই সদৰী কৰে। যিসলক সহায় কৰিব নোৱাৰিলে তেওঁলোকৰ পৰা তেওঁ ক্ষমাও বিচাৰে। উল্লেখ্য় যে চনু সুদে বহুতক সহায়ৰ হাত আগবঢ়োৱাৰ মাজতে অসমৰ ৰাজু আলিক দুখন কৃত্ৰিম হাত লগাই দিয়াত […]