Posted inদেশ-বিদেশ

আয়কৰ বিভাগৰ অভিযানৰ পিছত মুখ খুলিলে চনু সুদে

নিউজ ডেস্ক : অভিনেতা চনু সুদৰ বাসগৃহ আৰু কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযানৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অভিনেতা গৰাকীয়ে। ক’ভিডৰ প্ৰথমটো ঢৌৰ সময়ত ডাঙৰ পৰ্দাত ভিলেইনৰ অভিনয় কৰা অভিনেতা গৰাকী বাস্তৱ জীৱনত হাজাৰ হাজাৰ লোকৰ বাবে হিৰো হৈ পৰিছিল। ক’ভিডৰ প্ৰথমটো ঢৌৰ সময়ত চৰকাৰে দেশজুৰি লকডাউন ঘোষণা কৰাত বহিঃৰাজ্যত শ্ৰমিক হিচাপে নিয়োজিত হৈ থকা বিভিন্ন ৰাজ্যৰ […]