Posted inঅসম

১ফেব্ৰুৱাৰীৰ পৰা শিথিল হ’ব ক’ভিডৰ এছ অ’ পি

গুৱাহাটীঃ অচিৰেই ৰাজ্য চৰকাৰে প্ৰকাশ কৰিব ক’ভিডৰ নতুন এছ অ’ পি। ১ ফেব্ৰুৱাৰীৰ পৰা নৈশ সান্ধ্য আইনৰ সময় নিশা ১১ বজাৰ পৰা হ’ব। ৩০ জানুৱাৰীৰ পিছত বিদ্যালয় খোলাৰ ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, “স্কুল-কলেজ লাহে লাহে খুলিম। যদি কৰবাত বেছি হয়, তেতিয়া আমি কিছু কঠোৰ ব্যৱস্থা লম।আমি কোভিডৰ এছ অ’ […]