Posted inঅসম

চতিয়াৰ ইটাখোলাৰ খেৰবাৰীত ঝুমুৰ নৃত্য প্ৰতিযোগিতা

জামুগুৰিহাট ঃ চতিয়াৰ ইটাখোলাৰ খেৰবাৰী খেলপথাৰ প্ৰাঙ্গনত ঝুমুৰ নৃত্য প্ৰতিযোগিতা। চাহ জনগোষ্ঠীসকলৰ পবিত্ৰ উৎসৱ কৰম পূজা উপলক্ষে তেজালপট্টি কামাৰ সমাজে অনুষ্ঠিত কৰে এই মুকলি ঝুমুৰ নৃত্যৰ প্ৰতিযোগিতা খনি। উক্ত প্ৰতিযোগিতাখনিত প্ৰতিবছৰে বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা ঝুমুৰ দল আহি অংশগ্ৰহণ কৰা দেখা যায় যদিও এইবাৰ কোভিডৰ বাবে উদ্যোক্তাসকলে অনুষ্টুপীয়াকৈ হ’লেও নিজৰ পৰম্পৰা ৰক্ষা কৰা দেখা গ’ল […]