Posted inNews

আল নাছৰ ফুটবল ক্লাবত যোগদান খ্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

বিশ্বৰ অন্যতম ফুটবল খেলুৱৈ খ্ৰিষ্টিয়ানো ৰোনাল্ডোই যোগদান কৰিলে চৌদি আৰৱৰ ক্লাব আল নাছৰত। ২০২৫ বৰ্ষলৈ ক্লাবটিৰ সৈতে চুক্তিবদ্ধ হোৱা খ্ৰিষ্টিয়ানো ৰোনাল্ডো ইয়াৰ পূৰ্বে আছিল মানচেষ্টাৰ ইউনাইটেড নামৰ জনপ্ৰিয় ফুটবল ক্লাবটিত। কিন্তু বিভিন্ন ধৰণৰ বিতৰ্কৰ বাবে ক্লাবটিয়ে চুক্তি ভংগ কৰিবলৈ বাধ্য হয় খেলুৱৈ গৰাকীৰ সৈতে। উল্লেখ্য যে,  খেলুৱৈ গৰাকীয়ে ৩৭ বছৰ বয়সতো প্ৰায় ৭৫ মিলিয়ন ডলাৰ […]