নিউজ ডেস্ক : আজি ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলীৰ জন্মদিন। গুণমুগ্ধ সকলৰ মাজত ‘দাদা’ হিচাপে জনপ্ৰিয় গাংগুলীক ভাৰতীয় দলৰ এগৰাকী সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ কেপ্টেইন হিচাপে ধৰা হয়। আহকচোন ৪৯ বছৰত ভৰি দিয়া দিনটোত আমি এসময়ৰ এই দুৰ্দান্ত ক্ৰিকেটাৰ গৰাকীৰ বিষয়ে কিছু কথা জানো : সৌৰভ গাংগুলী এগৰাকী […]