Posted inNews

ভাৰতৰ সৈতে বাণিজ্য শক্তিশালী কৰাৰ বাবে আফ্ৰিকাৰ ৰাষ্ট্ৰদূতৰ সৈতে বৈঠক পীয়ুষ গোৱেলৰ

নিউজ ডেস্ক- কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ, উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ আৰু বস্ত্ৰ মন্ত্ৰী পীয়ুষ গোৱেলে কালি আফ্ৰিকাৰ বিভিন্ন দেশৰ ১৫ জন ৰাষ্ট্ৰদূতক নতুন দিল্লীলৈ স্বাগতম জনায়। দূতসকলৰ সৈতে বাৰ্তালাপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু আফ্ৰিকাৰ মাজত কেইবা দশকধৰি অসাধাৰণ বন্ধুত্ব আছে আৰু ভৱিষ্যতৰ শক্তিক্ষেত্ৰ হোৱাৰ সম্ভাৱনা আছে। এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে ঘনিষ্ঠ […]