Posted inঅসম

পলিথিনত ভৰাই নৱজাতকৰ মৃতদেহ পেলাই গ’ল ৰাজপথত

সোণতলী : ৰাজ্যত পুনৰ ভূ-লুণ্ঠিত হ’ল মানৱতা। পলিথিনত ভৰাই নৱজাতকৰ মৃতদেহ পেলাই গ’ল ৰাজপথত। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত। দক্ষিণ কামৰূপৰ সোণতলীত পুনৰ ভূ-লুণ্ঠিত হ’ল মানৱতা। কোনো লোকে পলিথিনত ভৰাই নৱজাতকৰ মৃতদেহ পেলাই গ’ল ৰাজপথত। সোণতলীৰ অন্তৰ্গত গৰৈমাৰীৰ কালাতলী পথৰ এখন দলংৰ ওপৰত কোনো লোকে পলাই যায় নৱজাতকৰ মৃতদেহটো। লগতে পঢ়ক : […]