Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

সাইলাখ বলীউড অভিনেত্ৰী শ্ৰীদেৱীৰ দৰে মুখাবয়ব! কোন সেই গৰাকী নাৰী?

নিউজ ডেস্কঃ সাইলাখ বলীউড অভিনেত্ৰী শ্ৰীদেৱীৰ দৰে মুখাবয়ব। চকু, চুলিকে ধৰি দেহৰ গঠন সম্পূৰ্ণ মিল আছে শ্ৰী দেৱীৰ সৈতে। কিছুদিন ধৰি তেওঁৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। যিয়ে অনুৰাগীসকলক পুনৰ শ্ৰীদেৱীৰ স্মৃতি সোঁৱৰাই দিছে। পিছে কোন সেই গৰাকী নাৰী? শ্ৰীদেৱীৰ ভতিজা তথা দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী মহেশ্বৰী সম্পূৰ্ণ মিল আছে অভিনেত্ৰী শ্ৰীদেৱীৰ সৈতে। আনকি শ্ৰীদেৱীৰ […]