Posted inNews

দক্ষিণ শালমাৰাৰ টুমনিত আছুৰ উদ্যোগত বিনামূলীয়া পাঠাদান শিবিৰ

দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰাৰ টুমনিত আছুৰ উদ্যোগত বিনামূলীয়া পাঠাদান শিবিৰ। গৰমৰ বন্ধত বিদ্যালয় সমূহ বন্ধ থকাৰ ফলত দক্ষিণ শালমাৰাত আছুয়ে ছাত্ৰ-ছাত্ৰীৰ বাবে তিনিটা বিষয়ৰ ওপৰত বিনামূলীয়া পাঠদান শিবিৰৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে দক্ষিণ শালমাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত টুমনি কে এম জি এ ই মাদ্ৰাছাত অঞ্চলটোৰ নৱম আৰু দশম শ্ৰেনীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ইংৰাজী, সাধাৰণ […]