Posted inঅসম

দুৰ্নীতি নিবাৰক শাখাৰ জালত লাট মণ্ডল

নিউজ ডেস্কঃ ৰাজ্য চৰকাৰখনে চৰকাৰী কৰ্মচাৰীক বুজাই হে বুজাই কিন্তু তেওঁলোক যেন বুজিবলৈ অবুজন। দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে যদিও কিছুমান চৰকাৰী বিষয়াক আজিও যেন সঠিক পথত আনিবলৈ সক্ষম হোৱা নাই। তেনেতে বুধবাৰে, ১৩ হাজাৰ টকাৰ উৎকোচ লওঁতেই হাতে লোটে গ্ৰেপ্তাৰ দক্ষিণ শালমাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল । লাট মণ্ডল […]