Posted inঅসম

ইফতাৰ অনুষ্ঠানত বিশ্ব শান্তিৰ বাবে হিন্ধু-মুছলামৰ দোৱা-প্ৰাৰ্থনা

মানকাচৰ : মানকাচৰৰ কুচনীমাৰা-জোৰডাঙ্গা আদৰ্শ গাঁও পঞ্চায়তত সমূহীয়া ইফতাৰ। বিধায়কৰ উপস্থিতিত বিশ্ব শান্তিৰ বাবে হিন্ধু-মুছলামৰ দোৱা-প্ৰাৰ্থনা। পবিত্ৰ ৰমজান মাহ উপলক্ষে বৃহস্পতিবাৰে মানকাচৰৰ আদৰ্শ গাঁও পঞ্চায়ত কুচনীমাৰা-জোৰডাঙ্গাত পঞ্চায়ত সভানেত্ৰী বিউটি হালিমা মণ্ডলে এক সমূহীয়া ইফতাৰৰ আয়োজন কৰে। এই ইফতাৰ অনুষ্ঠানত মানকাচৰৰ বিধায়ক আমিনুল ইছলাম মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে জিলা […]