Posted inঅসম

এইবাৰ ক’ভিডৰ জালত নগাৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ

এইবাৰ এনকাউন্টাৰ অথবা ড্ৰাগছ বিৰোধী অভিযানৰ বাবে নহয় ক’ভিডৰ বাবে জোকাৰণি হৈছে নগাঁও আৰক্ষীত ৷ ক’ভিডত আক্ৰান্ত হৈছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ৷ বৰ্তমান চৰকাৰী আবাসত আছুতীয়াকৈ আছে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ৷ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ উপৰি আন দুই অতিৰিক্ত আৰক্ষী অধীক্ষকো আক্ৰান্ত হৈছে ক’ভিডত ৷ কোভিড ১৯ত আক্ৰান্ত হৈছে নগাঁও জিলাৰ […]