Posted inঅসম

আনন্দ মিশ্ৰক সহকাৰী আৰক্ষী মহা পৰিদৰ্শকৰ (ক্ৰীড়া)দায়িত্ব অৰ্পন

নিউজ ডেস্ক: নগাঁৱৰ প্ৰাক্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক ৰাজ্যৰ সহকাৰী আৰক্ষী মহা পৰিদৰ্শক (ক্ৰীড়া) হিচাপে নিযুক্ত কৰা হৈছে। ৰাজ্যৰ গৃহ বিভাগে এক বিজ্ঞপ্তি জাৰি কৰি এই কথা সদৰী কৰে। ‘বৰ্তমান অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ত নিযুক্ত হৈ থকা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক সহকাৰী আৰক্ষী মহা পৰিদৰ্শক (ক্ৰীড়া) হিচাপে নিযুক্ত কৰা হৈছে,’ বিজ্ঞপ্তিটোত কোৱা হয়। উল্লেখযোগ্য যে […]