Posted inমুখ্যপৃষ্ঠা

আহি আছে ভাৰতীয় Spider Man

নিউজ ডেস্কঃ ছুপাৰ হিৰ’ৰ ফিল্ম প্ৰায় সকলোৰে প্ৰিয়। মাৰ্ভেল আৰু ডিচি কমিকছৰ আধাৰত নিৰ্মাণ কৰা বহু কেইখন ছবি ইতিমধ্যে মুকলি হৈছে ছবিগৃহত। আৰু ইয়াৰ ভিতৰত সৰ্বাধিক ভাল পোৱা ছুপাৰ হিৰ’ হৈছে স্পাইডাৰ মেন (Spider Man)।  আমেৰিকা, ব্ৰিটেইন বা আনবোৰ বহিঃৰাষ্ট্ৰৰ লগতে এই ছবিসমূহৰ বৃহৎ সংখ্যক দৰ্শক ভাৰততো আছে। আৰু প্ৰথমবাৰৰ বাবে ভাৰতত স্পাইডাৰ মেনৰ জনপ্ৰিয়তাৰ […]