Posted inমুখ্যপৃষ্ঠা

১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কেপ্টেইন জিণ্টু গগৈ সোঁৱৰণী অষ্টাদশ ফুটবল টুর্ণামেণ্ট

নিউজ ডেস্কঃ দুলীয়াজান নেহৰু ময়দানত অহা ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব বহু প্ৰত্যাশিত কেপ্টেইন জিন্টু গগৈ (বীৰ চক্ৰ) সোঁৱৰণী অষ্টাদশ ফুটবল টুৰ্নামেন্টৰ বিশাল উদ্বোধনী অনুষ্ঠান। উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ পৰা কেইবাটাও আগশাৰীৰ ফুটবল দলে এই ৰোমাঞ্চকৰ ফুটবল টুৰ্নামেন্টখনত ল’ব ভাগ। ১৯৯৯চনৰ কাৰ্গিল যুদ্ধৰ শ্বহীদ তথা অসমৰ ‘বীৰ চিলাৰায়’ বঁটা প্ৰাপক কেপ্টেইন জিন্টু গগৈৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সকলো […]