নগাঁওঃ প্ৰতিভা আৰু সপোন জয়ী হোৱাৰ হেঁপাহ থাকিলে হাজাৰ বাধাও হেঙাৰ হ’ব নোৱাৰে। নগাঁৱৰ কচলুখোৱাৰ চাহিল হুছেইনে পাঞ্জা চেম্পিয়নশ্বিপত স্বৰ্ণ আৰু ৰূপৰ পদক অৰ্জন কৰিছে। উল্লেখ্য যে, হাইদৰাবাদত বিগত ৩১ মে’ৰ পৰা ৫ জুনলৈকে অনুষ্ঠিত হোৱা ৪৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত অংশ গ্ৰহণ কৰি এই দুটা পদক লাভ কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ যুৱকজন। হাইদৰাবাদত অনুষ্ঠিত […]