Posted inNews

২৮ আগষ্টত এছিয়া কাপৰ মেচত মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান

নিউজ ডেস্ক : ২৭ আগষ্টৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ ২০২২। ১১ ছেপ্টেম্বৰ পৰ্যন্ত চলিব এই প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান। ২০১৩ চনৰ জানুৱাৰী মাহৰ পৰা দুয়োখন দেশৰ মাজত কোনো ছিৰিজ অনুষ্ঠিত হোৱা নাই। অহা ২৮ আগষ্টত এছিয়া কাপ ২০২২ ৰ মেচত ভাৰত আৰু পাকিস্তান মুখামুখি হ’ব। এছিয়া কাপ ২০২২ ত দুয়োটা […]