নিউজ ডেস্কঃ এটা পিছত আন এটা সফলতাই চুই গৈছে অসমীয়া ছবি শ্ৰী ৰঘুপতিক। অসমৰ সকলোবোৰ ছবিগৃহ এতিয়া প্ৰতিদিনে হাউছফুল। তাৰ মাজতেই ২১ দিনৰ ভিতৰত শ্ৰী ৰঘুপতিয়ে ১০ কোটিৰো অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। যিটো অসমীয়া ছবিৰ ইতিহাসত সৰ্বকালৰ সৰ্বাধিক উপাৰ্জন। এনে সফলতাই চুই যোৱা শ্ৰী ৰঘুপতিক এতিয়া সকলোৱে দিছে শুভেচ্ছা। তাৰ মাজতে ৰাইজ দলৰ সভাপতি […]