Posted inদেশ-বিদেশ

শ্ৰীলংকাত ৪০ মিলিয়নৰ অধিক বিদেশী মুদ্ৰাসহ ভাৰতীয় ব্যৱসায়ীক গ্ৰেপ্তাৰ

নিউজ ডেস্ক: বিদেশী মুদ্ৰা সৰবৰাহৰ চেষ্টা চলাই শ্ৰীলংকাত এজন ভাৰতীয় ব্যৱসায়ী গ্ৰেপ্তাৰ হ’বলগীয়া হয়। শ্ৰীলংকাৰ এখন সংবাদপত্ৰত প্ৰকাশ পোৱা মতে ৪০ মিলিয়নতকৈ অধিক বিদেশী মুদ্ৰা সৰবৰাহ কৰাৰ বাবে চেষ্টা চলোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰা হয়। প্ৰাপ্ত তথ্য মতে দেওবাৰে শ্ৰীলংকাৰ বন্দাৰানাইকে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (Bandaranaike International Airport)-ত বিদেশী মুদ্ৰাসহ ৪৫ বছৰীয়া ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰা হয়। বাতৰি যুগুত […]