নিউজ ডেস্ক: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃ সংগঠন “সুপ্ৰভাত কলাক্ষেত্ৰ”ৰ উদ্যোগত, “শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজ”ৰ পৃষ্ঠপোষকতাত আৰু “শ্ৰীশঙ্কৰদেৱ নেত্ৰালয়, গুৱাহাটী”ৰ সহযোগত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰীশ্ৰী মাধৱদেৱ আৰ্ন্তজাতিক প্ৰেক্ষাগৃহত দেওবাৰে আয়োজিত সমূহীয়া নেত্ৰদান কাৰ্যসূচীত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানটো ২০০ গৰাকী মহানুভৱে স্ব-ইচ্ছাই মূল্যবান নেত্ৰজুৰি দৃষ্টিহীন ব্যক্তিৰ বাবে দান কৰি বদান্যতাৰ পৰিচয় দিয়ে৷ উক্ত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে […]