Posted inদেশ-বিদেশ, মুখ্যপৃষ্ঠা, ৰাজনীতি

PMOৰ বিষয়া হিচাপে  Z+ নিৰাপত্তা লৈ পৰিচয় দি গুজৰাটী প্ৰৱঞ্চক গ্ৰেপ্তাৰ

বৃহস্পতিবাৰে শ্ৰীনগৰ চহৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এজন শীৰ্ষ বিষয়া হিচাপে আত্মপ্ৰকাশ কৰা এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। ব্যক্তিজনৰ নাম কিৰণ ভাই পেটেল। জানিব পৰা মতে, ভুৱা বিষয়াগৰাকীয়ে চলিত বছৰত জেড প্লাছ শ্ৰেণীৰ সুৰক্ষা লৈ দুবাৰকৈ কাশ্মীৰ ভ্ৰমণ কৰিছিল আৰু ভাৰতীয় প্ৰশাসনিক বিষয়া মৰ্যাদা পদবীৰ বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকো অনুস্হিত কৰিছিল। জানিব পৰা মতে,  বিষয়াজনে নিৰাপত্তাৰক্ষীসকলক প্ৰতাৰণা […]