Posted inঅসম

অধ্যাপিকা, সুলেখিকা, অভিনেত্ৰী শ্ৰুতিমালা দুৱৰাৰ পৰলোকপ্ৰাপ্তি

অধ্যাপিকা, সুলেখিকা তথা অভিনেত্ৰী শ্ৰুতিমালা দুৱৰাই আজি ইহলিলা সম্বৰণ কৰে। আজি পুৱা ১১.১৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। কেইবছৰমান আগতে ডিম্বাশয়ৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল শ্ৰুতিমালা দুৱৰা। ড০ শ্ৰুতিমালা দুৱৰা গুৱাহাটীৰ সন্দিকৈ ছোৱালী কলেজৰ এগৰাকী সহযোগী অধ্যাপিকা তথা ইংৰাজী বিভাগৰ মুৰব্বী আছিল। শ্ৰুতিমালা দুৱৰাই কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ পিছত ‘মাই জাৰ্নি থ্ৰু কেন্সাৰ’ শীৰ্ষক […]