Posted inঅসম

অহা দুই ছেপ্তেম্বৰত আনুষ্ঠানিকভাৱে মুকলি হ’ব চতিয়াৰ নাগশংকৰৰ ষ্টেডিয়াম

জামুগুৰিহাটঃ সদ্য সমাপ্ত টকিঅ’ অলিম্পিকত পদক জয়ৰে লাভলীনা বৰগোঁহায়ে ইতিহাসৰ বুকুত অসমৰ নাম খোদিত কৰাৰ পাছত ক্ৰীড়াৰ ক্ষেত্ৰখনত অসমৰ যুৱক-যুৱতী সকলৰ উৎসাহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। তেনে সময়তে উত্তৰ অসমৰ ক্ৰীয়াৰ ক্ষেত্ৰখনলৈ এক নতুন আশাৰ সঞ্চাৰ কঢ়িয়াই সম্পূৰ্ণ হৈ উঠিছে চতিয়াৰ নাগশংকৰত নিৰ্মীয়মান অত্যাধুনিক ষ্টেডিয়াম । প্ৰায় ১০ কোটি টকাৰ ব্যয় সাপেক্ষে উত্তৰ অসমৰ ভিতৰতে […]