Posted inঅসম

এবিধ থলুৱাভাৱে প্ৰস্তুত নিমখ; দাম প্ৰতি কিলোত ১,২০০ টকা! ত্ৰিপুৰাৰ যুৱকৰ ব্যতিক্ৰমী ব্যৱসায়

নিউজ ডেস্ক : সাধাৰণতে নিমখ বুলি ক’লে সচৰাচৰ ব্যৱহাৰ কৰা বগা আৰু ক’লা নিমখৰ কথাই আমাৰ মনলৈ আহে। কিন্তু ত্ৰিপুৰাৰ এজন যুৱকে থলুৱাভাৱে প্ৰস্তুত কৰা এবিধ নিমখৰ ব্যৱসায় কৰি এতিয়া বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। থলুৱাভাৱে তৈয়াৰী এইবিধ নিমখ হৈছে বেম্বো ছল্ট (Bamboo salt) বা বাঁহৰ চুঙাত ভৰাই থোৱা নিমখ, ত্ৰিপুৰাৰ ককবৰক ভাষাত ইয়াক […]