Posted inইষ্ট ম'জ' বিশেষ

ঘৰুৱা হিংসাৰ বলি হোৱা ৰঙিয়াৰ ৰুনজুন বেগম আজি বহু মহিলাৰ পথ-প্ৰদৰ্শক

নিউজ ডেস্ক: ২০২১ চনত একেৰাহে চতুৰ্থ বাৰৰ বাবে অসমে ৰচনা কৰিছিল এক অত্যন্ত অবাঞ্চিত তথা লজ্জাজনক অভিলেখ, দেশৰ ভিতৰতে মহিলাৰ বিৰুদ্ধে সৰ্বাধিক অপৰাধ সংঘটিত ৰাজ্যৰ দুৰ্নাম। IndiaSpend -ৰ তথ্য অনুসৰি ২০০৫ আৰু ২০১৯ চনৰ ভিতৰত অসমত প্ৰতি ১০০,০০০ গৰাকী মহিলাৰ ওপৰত ধৰ্ষণৰ হাৰ ৩৩ শতাংশ বৃদ্ধি পাইছে। এই সংখ্যা যদি আপোনাৰ বেছি যেন লাগিছে তেন্তে […]