Posted inঅসম

ভাৰতীয় ষ্টেট বেংকৰ ৫২৩৭টা পদত নিযুক্তি; আবেদনৰ অন্তিম তাৰিখ ১৭ মে’

ভাৰতীয় ষ্টেট বেংক (এছ বি আই)ৰ জুনিয়ৰ এচ’চিয়েট (কাষ্টমাৰ ছাপোৰ্ট এণ্ড ছেলছ) পদৰ ৫,২৩৭ টা পদত নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। অৰ্হতা সম্পন্ন ইচ্ছুক প্ৰাৰ্থীসকলে এছ বি আইৰ ৱেবছাইট গৈ বা ইয়াত ক্লিক কৰি অনলাইন যোগে আবেদন কৰিব পাৰে। ভাৰতীয় ষ্টেট বেংকে প্ৰকাশ কৰা এখন জাননী অনুসৰি ভাৰতবৰ্ষৰ বিভিন্ন শাখাত খালী হৈ থকা ৫,২৩৭ […]