Posted inঅসম

হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে উদ্ধোধন কৰিলে নিজৰ প্ৰতিমূৰ্তি

সামাজিক মাধ্যমত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিক লৈ সৰৱ চৰ্চাৰ মাজতে ২ জানুৱাৰীত জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে নিজেই উদ্ধোধন কৰে নিজৰ প্ৰতিমূৰ্তি। ভাস্কৰ্য শিল্পী দিগন্ত মাধৱ গোস্বামীৰ ৪ মাহ যোৰা প্ৰচেষ্টাত তৈয়াৰ হৈ উঠে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। ডিগবৈৰ নাজিৰা টিঙৰ পৰ্যটন উৎসৱত উদ্ধোধন কৰা হয় ২০ ফুট উচ্চতাৰ জুবিনৰ প্ৰতিমূৰ্তি। ডিগবৈৰ বিধায়ক সুৰেণ ফুকনৰ উদ্যোগতেই এই প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম […]