নিউজ ডেস্ক : ব্যবসায় বানিজ্যৰ প্ৰতি অসম মানুহৰ আগ্ৰহ সাধাৰণতে কম দেখা যায় যদিও এই ক্ষেত্ৰত অসমৰ আন জিলাসমূহৰ তুলনাত বৰপেটা জিলা কিছু ব্যতিক্ৰম। অতীজৰ পৰাই বৰপেটাৰ মানুহ ব্যৱসায়ত আগবঢ়া। ব্যৱসায়ীক চহৰ হিচাপে বৰপেটা ৰ’ডৰ এক সুকীয়া চিনাকি আছে। ইয়াৰ উপৰি জিলাখনৰ ভালে কেইগৰাকী লোক বৰ্তমান ৰাজ্যখনৰ প্ৰতিষ্ঠিত তথা আগশাৰীৰ ব্যৱসায়ী। শেহতীয়াকৈ প্ৰকাশ পোৱা এক […]