Posted inদেশ-বিদেশ

গুগলে চিৰদিনৰ বাবে বন্ধ কৰিব Street View App

নিউজ ডেস্ক: গুগলে ইয়াৰ ডেডিকেটেড Street View App বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা বছৰৰ মাৰ্চত এই সেৱা বন্ধ কৰি দিয়া হ’ব বুলি গুগলৰ তৰফৰ পৰা জনোৱা হৈছে। 9To5Google-ৰ মতে, গুগলে ষ্ট্ৰীট ভিউ এপৰ বাবে কেইবাটাও শ্বাটডাউন মেচেজ প্ৰস্তুত কৰিছে। এক জাননীৰ জৰিয়তে কোম্পানীয়ে ব্যৱহাৰকাৰীসকলক Google Map বা Street View Studioলৈ যাবলৈ পৰামৰ্শ দিয়ে, কাৰন […]